কৃষক উৎপাদক কোম্পানীৰ তালিকা

এফ পি চি'ৰ নাম : শংকৰ আজান এগ্রো প্রডিউচাৰ কোম্পানি লিমিটেড
জিলা: নগাঁও
গাঁও / অবস্থান : বৰাবজাৰ এম আজাদ ৰড নগাঁও
মূল শস্য: আলু, ধান
ব্লক: পক্ষীমৰিৱা
এফ পি চি'ৰ নাম : জোনাক এগ্রো প্রডিউচাৰ কোম্পানি লিমিটেড
জিলা: নগাঁও
গাঁও / অবস্থান : গুৰুৱাগাঁও খাতুৱাল
মূল শস্য: শাক পাচলি
ব্লক: বাজীগাঁও
এফ পি চি'ৰ নাম : লঙ্গিৱা ফাৰ্মাৰ এগ্রো প্রডিউচাৰ কোম্পানি লিমিটেড
জিলা: নগাঁও
গাঁও / অবস্থান : জেঙগনি পাঠান বস্তি
মূল শস্য: গম, শাক পাচলি
ব্লক: বটদ্রবা
এফ পি চি'ৰ নাম : লুইতপৰীয়া এগ্রো প্রডিউচাৰ কোম্পানি লিমিটেড
জিলা: নগাঁও
গাঁও / অবস্থান : চালাগুৰি কাচকাতি
মূল শস্য: শস্য, গম, পাট, তৈলবীজ, শাক পাচলি
ব্লক: বটদ্রবা
এফ পি চি'ৰ নাম : সাতভনী পতেতো প্রডিউচাৰ কোম্পানি লিমিটেড
জিলা: সোণিতপুৰ (অবিভাজিত)
গাঁও / অবস্থান : জিনজিৱা
মূল শস্য: আলু, শস্য
ব্লক: বাঘমাৰা
এফ পি চি'ৰ নাম : পুঠিমাৰী এগ্রো অৰগেনিকপ্রডিউচাৰ কোম্পানি লিমিটেড
জিলা: সোণিতপুৰ (অবিভাজিত)
গাঁও / অবস্থান : পুঠিমাৰি
মূল শস্য: আলু, শস্য, আদা, হালধী, সৰিয়হ, ৰঙালাউ
ব্লক: বিহাগুৰী
এফ পি চি'ৰ নাম : টিহু বজালী কৃষি বিকাশ এফ পি চি
জিলা: নলবাৰী
গাঁও / অবস্থান : টিহু
মূল শস্য:ধান, শস্য, বেঙেনা, বন্ধাকবি, ফুলকবি, বিলাহী, আলু
ব্লক: টিহু
এফ পি চি'ৰ নাম : পাগলাদিয়া এগ্রো অৰগেনিকপ্রডিউচাৰ কোম্পানি লিমিটেড
জিলা: নলবাৰী
গাঁও / অবস্থান : ঘগ্ৰাপাৰ
মূল শস্য: ৰঙালাউ, জাতি লাউ, জিকা, আলু
ব্লক: পূব নলবাৰী
এফ পি চি'ৰ নাম : কৃষক কল্যাণ কঅপাৰেটিভ লিমিটেড চোচাইটি, বনগাঁও, নলবাৰী
জিলা: নলবাৰী
গাঁও / অবস্থান : বনগাঁও 
মূল শস্য: শস্য, শাক পাচলি
ব্লক: পশ্চিস নলবাৰী
এফ পি চি'ৰ নাম : তেতেলীয়া এগ্রো অৰগেনিক প্রডিউচাৰ কোম্পানি লিমিটেড
জিলা: কামৰূপ
গাঁও / অবস্থান : তেতেলীয়া
মূল শস্য: আদা, হালধী, শস্য
ব্লক: টিহু
এফ পি চি'ৰ নাম : জানকীএগ্রো প্রডিউচাৰ কোম্পানি লিমিটেড
জিলা: কামৰূপ
গাঁও / অবস্থান : বৰপৰা
মূল শস্য: আনাৰস, মৌজোল, সূতা
ব্লক: বোকো
এফ পি চি'ৰ নাম : উত্তৰণ কৃষি প্রডিউচাৰ কোম্পানি লিমিটেড
জিলা: কামৰূপ
গাঁও / অবস্থান : কণিহা
মূল শস্য: শস্য, কলা দাইল,শাক পাচলি
ব্লক: ৰঙিয়া
এফ পি চি'ৰ নাম : সৰভোগ এফ পি চি
জিলা: বৰপেটা
গাঁও / অবস্থান : সৰভোগ
মূল শস্য: নেমু টেঙা, কল, শাক পাচলি
ব্লক: চকচকা
এফ পি চি'ৰ নাম : আমলীঘাট বানানা প্রডিউচাৰ কোম্পানি লিমিটেড
জিলা: মৰিগাঁও
গাঁও / অবস্থান : আমলীঘাট
মূল শস্য: কল
ব্লক:মায়ং
এফ পি চি'ৰ নাম : পোহৰ এগ্রো প্রডিউচাৰ কোম্পানি লিমিটেড, বৰচলা, মৰিগাঁও
জিলা: মৰিগাঁও
গাঁও / অবস্থান : বৰচলা
মূল শস্য: শস্য, শাক পাচলি
ব্লক: লাহৰী ঘাট
এফ পি চি'ৰ নাম : এগ্রো প্রডিউচাৰ কোম্পানি লিমিটেড
জিলা: লক্ষীমপুৰ
গাঁও / অবস্থান : লক্ষীমপুৰ
মূল শস্য: আলু, ৰঙালাউ
ব্লক: লক্ষীমপুৰ
এফ পি চি'ৰ নাম : বড়োলেন্ড এগ্রো অৰগেনিক প্রডিউচাৰ কোম্পানি লিমিটেড
জিলা: কোকৰাঝাৰ
গাঁও / অবস্থান : মনচোৰগাঁও
মূল শস্য: আদা, হালধী
ব্লক: কোকৰাঝাৰ
এফ পি চি'ৰ নাম : এচ ডব্লিউ এম কে ডব্লিউ আৰ এগ্রো প্রডিউচাৰ কোম্পানি লিমিটেড
জিলা: কোকৰাঝাৰ
গাঁও / অবস্থান : গোঁসাই গাঁও
মূল শস্য: কল
ব্লক: গোঁসাই গাঁও
এফ পি চি'ৰ নাম : নেফচা এগ্রো অৰগেনিকপ্রডিউচাৰ কোম্পানি লিমিটেড
জিলা: দৰং
গাঁও / অবস্থান : ডাকচকী, মেনাপাৰা
মূল শস্য: শাক পাচলি, গম, সৰিয়হ, শস্য
ব্লক: পূব মঙলদৈ
এফ পি চি'ৰ নাম : সৃজনী মহিলা ফাৰ্মাৰ প্রডিউচাৰ কোম্পানি লিমিটেড
জিলা: গোৱালপাৰা
গাঁও / অবস্থান : ৰংজুলি
মূল শস্য:ধান শস্য, কল, হালধী
ব্লক: ৰংজুলি