উৎপাদনৰ ক্রমাগত পদ্ধতি >> খেতি চপোৱাৰ পিছত

ধান চপোৱাৰ পিছত ধানৰ পৰবৰ্তী কাৰ্য সমুহ হ’ল ধান শুকুৱা, সংৰক্ষণ কৰাৰ লগতে খোৱাৰ উপযোগী চাউল আৰু উপযুক্ত বজাৰ মুল্য পাব পৰাকৈ ধান কুটুৱা ব্যৱ্স্থা ।

ধান চপোৱা

ধানৰ উৎপাদন আৰু গুণগত মান বৃদ্ধিৰ বাবে উচিত সময়ত শস্য চপোৱাটো অতি জৰুৰী৷ আগতীয়াকৈ চপোৱা শস্যত বহু পৰিমাণৰ অপৰিপূৰ্ণ আৰু অপৈণত...

অধিক পঢ়ক

ধান শুকুৱা

পথাৰৰ পৰা ধান চপোৱাৰ পিছত ধানত সাধাৰণতে ২৪-২৬ শতাংশ আদ্ৰৰ্তা থাকে৷ সঠিক মাত্ৰাত নুশুকালে ধানৰ গুণাগুণ আৰু পৰিমাণ দুয়োটা দিশতে লোকচানৰ সম্ভাৱনা থাকে৷...

অধিক পঢ়ক

মজুতকৰণ

চাউল হিচাপে মজুত কৰাতকৈ ধান হিচাপে মজুত কৰিলে, ধান নষ্ট নোহোৱাকৈ বহুদিন ৰাখিব পাৰি ৷ কাৰণ ধান হিচাপে মজুত কৰি ৰাখিলে ধানৰ বাকলিটোৱেþ চাউলক কীট-পতংগৰ আক্ৰমণৰ...

অধিক পঢ়ক

ধান কুটুৱা আৰু পদ্ধতি

ধান কুটুৱা মনে তুঁহ আৰু মলৰ তৰপটো আতঁৰাই বগা চাউল প্ৰস্তুত কৰা বুজায়৷ ধান অতি ভালকৈ কুটুৱাবলৈ আদ্ৰৰ্তা ১৩ ৰ পৰা ১৪ শতাংশ হ’ব লাগে ৷ কুটুৱাৰ সময়ত ভাল ফলাফল পাবৰ বাবে এই কাৰ্য কেইবাটাও স্তৰত সম্পূৰ্ণ কৰা হয়৷...

অধিক পঢ়ক

বজাৰমুল্য

চাউলৰ ৰং : ধান কুটুৱা যন্ত্ৰৰ কাৰ্যদক্ষতাৰ ওপৰত কুটুৱা চাউলৰ¸ ৰং নিৰ্ভৰ কৰে যাৰ বাবে চাউলৰ বজাৰমুল্য ভিন্ন হব পাৰে ৷ ভালকৈ নুকুটালে চাউল বোৰে পানী কমকৈ শোহে আৰু বজাৰ মুল্য কম পোৱা যায় ৷...

অধিক পঢ়ক