উৎপাদনৰ ক্রমাগত পদ্ধতি >> খেতি ৰোৱাৰ আগত

প্ৰাক ৰোপন কাৰ্যৱালীৰ ভিতৰত সঠিক ধানৰ জাতৰ বাচনি, শস্যপঞ্জীৰ প্ৰস্থুতকৰণ আৰু ৰোপণৰ কাৰণে মূল পথাৰ প্ৰস্থুতি অন্তৰ্ভুক্ত কৰা হয় ।

ধানৰ জাত নিৰ্বাচন

কৃষক এজনৰ বাবে খেতি কৰিবলৈ সুবিধাজনক আৰু বজাৰত উচ্চ চাহিদা থকা ধানৰ জাতেই হৈছে সৰ্বোৎকৃষ্ট জাত৷ অৱশ্যে...

অধিক পঢ়ক

বীজৰ মান

ধানখেতিত সুবীজ ব্যৱহাৰ কৰিলে প্ৰয়োজনীয় বীজৰ পৰিমাণ কম হোৱাৰ লগতে সুস্থ, সবল, অধিক উৎপাদনশীল কঠীয়া পাব পাৰি৷ ...

অধিক পঢ়ক

শস্যপঞ্জী

শস্যপঞ্জী হৈছে মাটি চন পেলাই থোৱাৰ পৰা মাটি চহ কৰা, শস্য ঠন ধৰি উঠা, শস্য চপোৱা তথা সংৰক্ষণ কৰালৈকে সম্পূৰ্ণ কাৰ্যাৱলী সন্নিবিষ্ট এখন তালিকা...

অধিক পঢ়ক

মাটি প্ৰস্তুতি

মাটি চহ কৰা আৰু মৈয়োৱাৰ ওপৰত খেতিডৰাৰ উৎপাদন বহুখিনি নিৰ্ভৰ কৰে৷ ...

অধিক পঢ়ক