মতামত
 
 

ধান খেতিৰ উৎপাদনৰ লগত জড়িত গৱেষণা আৰু সম্প্ৰসাৰণ মাজত সমন্বয় স্থাপন কৰাৰ উদ্দেশ্যে অসম কৃষি বিশ্ববিদ্যালয়ে, ইণ্টাৰনেচনেল ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউতৰ (আই আৰ আৰ আই)কাৰিকৰী পৰামৰ্শত, আৰু অসম কৃষি বাণিজ্য আৰ গ্রাম্য ৰূপান্তৰকৰণ প্রকল্প ( এপাৰ্ত)ৰ অধীনত ‘ৰাইচ্ নʼলেজ বেংক অসম’ ৰ (আৰ কে বি, অসম) মুকলি কৰিছে, যাৰ জৰিয়তে অসমৰ কৃষি সম্প্ৰসাৰন কৰ্মী আৰু থেতিয়ক সকলক ডিজিটেল মাধ্যমৰ জৰিয়তে ধান খেতিৰ ব্যৱহাৰিক জ্ঞান প্ৰদান কৰিবলৈ প্ৰয়াস কৰা হৈছে|

আৰ কে বি ( RKB ) য়ে ধান খেতিৰ বিভিন্ন কাৰিকৰী কৌশল আৰু প্রযুক্তি সমুহ সামৰি লৈছে | ইয়াৰ উপৰি আই আৰ আৰ আই (IRRI) আৰু অসম কৃষি বিশ্ববিদ্যালয় (AAU) গবেষণাৰ জ্ঞান ভঁৰালৰ পৰা উপলব্ধ বিভিন্ন শিক্ষা সামগ্ৰী, তথ্য ভান্ডাৰ আৰু বিভিন্ন প্রকল্প সমূহৰ ফলাফলৰ ওপৰত ভিত্তি কৰি ধান উৎপাদনৰ উত্তম ব্যৱ্স্থাপনা সমূহৰ লিপিবদ্ধ কৰিছে |...

অধিক পঢ়ক
IRRI develops entrepreneurship in seed sector ...

অসমত সিঁচা আহুধানৰ খেতি পৰম্পৰাগতভাবেই কৰি অহা হৈছিল যদিও বৰ্তমান মাজুলী, লক্ষিমপুৰ, ধেমাজি অঞ্চলৰ মিচিং জনগোষ্ঠীৰ লোকসকলহে এই খেতি কৰে। ...

অধিক পঢ়ক
BINA Dhan 11 carries a glimmer of hope for Potato Growers in Gingia

সাম্প্ৰতিক সময়ত কৃষিখণ্ডত ধান চপোৱাৰ বাবে কৃষকে বিভিন্ন নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। অসম এখন কৃষি প্ৰধান ৰাজ্য ...

অধিক পঢ়ক
Machine transplanting makes headway in the State

কৃষি ক্ষেত্ৰত যান্ত্ৰিকীকৰণে উৎপাদনৰ ক্ষেত্ৰত এক বৃহৎ সম্ভাৱ্না লৈ আহিছে। ধানৰ মূল্য শৃংখলাত যান্ত্ৰিকীকৰণে বিশ্ব বেঙ্কৰ অৰ্থ সাহাৰ্য্যত আৰম্ভ হোৱা অসম কৃষি

অধিক পঢ়ক
Utilizing rice fallows for economic gain

গড় কাপ্তানী বিভাগৰ শিলগুটিৰ ৰাষ্টাটোৰ ওখ এটুকুৰা ঠাইত ৰৈ তীৰ্থই তেওঁৰ আঙুলিটোৰে মোক দূৰলৈ দেখুৱাই

অধিক পঢ়ক
 
picture
picture

সাংগঠনিক
            গাঠনি

অধিক পঢ়ক ...

picture

উৎপাদনৰ
          ক্রমাগত পদ্ধতি

অধিক পঢ়ক ...

picture
 
picture

কৃষি সজুলিঁ
         ভাড়া দিয়া কেন্দ্ৰ

অধিক পঢ়ক...

picture
picture
picture

ধান চপোৱা
     ব্যৱস্থাপনা

অধিক পঢ়ক. ...

picture
picture

চাপ সহনশীল
     ধানৰ জাত

অধিক পঢ়ক ...

picture
 
picture

অসমৰ
     ধানৰ বজাৰ

অধিক পঢ়ক ...

picture
picture

      ৰাইছ
       ডক্টৰ

অধিক পঢ়ক ...

picture
picture

যন্ত্ৰিকীকৰণ

অধিক পঢ়ক ...

 

আমাৰ প্ৰকাশন

1

তথ্যপঞ্জী

মাটি প্ৰস্থুত কৰাৰ পৰা ধান চপোৱাৰ পৰৱৰ্তী পৰ্যায়লৈ বিভিন্ন প্ৰশ্নৰ তাৎক্ষনিক উত্তৰ পাবলৈ

অধিক পঢ়ক
alt2

হাতপুঠি

ধানৰ মূল্য শৃংখলৰ বিভিন্ন প্ৰযুক্তি আৰু প্ৰক্ৰিয়া সমুহ সম্পসাৰণ কৰ্মী সমুহক যোগান ধৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব ।

অধিক পঢ়ক
Publication

পত্ৰিকা

ধানৰ মূল্য শৃংখলৰ বিভিন্ন প্ৰযুক্তি আৰু প্ৰক্ৰিয়া সমুহ কৃষক সকলক যোগান ধৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব

অধিক পঢ়ক
Maps_en

মানচিত্ৰ

বানপিড়ীত অঞ্চল, খৰাংপিড়ীত অঞ্চল, শস্য প্ৰাবল্যৰ মানচিত্ৰ সন্নিবিষ্ট হৈ আছে ।

অধিক পঢ়ক
 
 

আমাৰ অৱস্থিতি

image