মতামত
 
 

 

 

ধান খেতিৰ ওপৰত সম্পাদন কৰা বিভিন্ন গৱেষণা আৰু কৃষকৰ পথাৰত গৱেষণাৰ ফচল সমূহৰ প্ৰকৃত ব্যৱহাৰৰ মাজৰ ব্যৱধান কমাই অনাৰ লক্ষ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ে ইণ্টাৰনেচনেল ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউটৰ কাৰিকৰী পৰামৰ্শত , অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগীতাত অসম কৃষি বাণিজ্য আৰ গ্রাম্য ৰূপান্তকৰণ প্রকল্পৰ জৰিয়তে ৰাইচ্ নʼলেজ বেংক , অসম (আৰ কে বি, অসম) প্ৰস্তুত কৰিছে । ৰাইচ্ নʼলেজ বেংক , অসম এটা ’ডিজিটেল’ সম্প্রসাৰণ সেৱা যাৰ জৰিয়তে কৃষক, সম্প্রসাৰণ কৰ্মী আৰু ছাত্ৰ- ছাত্ৰীক ধানৰ মুল্য শৃংখলৰ বিভিন্ন কাৰ্য কলাপৰ ব্যৱহাৰিক জ্ঞান প্ৰদান কৰিবলৈ চেষ্টা কৰা হৈছে| আৰ কে বি, অসমত ধান উৎপাদনৰ লগত জড়িত বিভিন্ন কাৰিকৰী কৌশল আৰু আধুনিক কৃষি প্রযুক্তি সমুহ সন্নিবিষ্ট কৰা হৈছে | ইয়াৰোপৰি আই আৰ আৰ আই (IRRI) আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ (AAU) গবেষণাৰ ফচল সমূহৰ পৰা আহৰণ কৰা বিভিন্ন তথ্য সমুহৰ ওপৰত ভিত্তি কৰি ধানৰ উৎপাদন আৰু কৃষকৰ আয় বৃদ্ধিৰ বাবে উন্নত কৃষি ব্যৱস্থাপনাৰ ওপৰত পৰামৰ্শ প্ৰদান কৰা হৈছে |

আৰ কে বি, অসমৰ জৰিয়তে মাটি চহোৱাৰ পৰা খেতি চপোৱালৈকে পৰ্যায়ক্রমে কৃষি কাৰ্য ব্যৱস্থাপনাৰ বিভিন্ন পদক্ষেপ সমুহৰ বাবে প্ৰয়োজনীয় তথ্য প্ৰদান কৰা হৈছে, লগতে ধান খেতিৰ বিভিন্ন জৈৱিক আৰু অজৈৱিক সমস্যাৰ সমুহ নিয়ন্ত্ৰণ বা ব্যৱ্স্থাপনা কৰাৰ বাবে উপযুক্ত সমাধান সুত্ৰ আগবঢ়োৱা হৈছে |

অধিক পঢ়ক

বাতৰি

news-and-events-5

Government of Assam and IRRI extend APART collaboration ...

অধিক পঢ়ক
news-and-events-4

Rice Knowledge Bank–Assam launched under APART project ...

অধিক পঢ়ক
news-and-events-3

Assam farmers learn about technologies that increase yield ...

অধিক পঢ়ক
news-and-events-2

Assamese version of Rice Knowledge Bank launched under APART .....

অধিক পঢ়ক
 
 
IRRI develops entrepreneurship in seed sector ...

অসমত সিঁচা আহুধানৰ খেতি পৰম্পৰাগতভাবেই কৰি অহা হৈছিল যদিও বৰ্তমান মাজুলী, লক্ষিমপুৰ, ধেমাজি অঞ্চলৰ মিচিং জনগোষ্ঠীৰ লোকসকলহে এই খেতি কৰে। ...

অধিক পঢ়ক
BINA Dhan 11 carries a glimmer of hope for Potato Growers in Gingia

সাম্প্ৰতিক সময়ত কৃষিখণ্ডত ধান চপোৱাৰ বাবে কৃষকে বিভিন্ন নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। অসম এখন কৃষি প্ৰধান ৰাজ্য ...

অধিক পঢ়ক
Machine transplanting makes headway in the State

কৃষি ক্ষেত্ৰত যান্ত্ৰিকীকৰণে উৎপাদনৰ ক্ষেত্ৰত এক বৃহৎ সম্ভাৱ্না লৈ আহিছে। ধানৰ মূল্য শৃংখলাত যান্ত্ৰিকীকৰণে বিশ্ব বেঙ্কৰ অৰ্থ সাহাৰ্য্যত আৰম্ভ হোৱা অসম কৃষি

অধিক পঢ়ক
Utilizing rice fallows for economic gain

গড় কাপ্তানী বিভাগৰ শিলগুটিৰ ৰাষ্টাটোৰ ওখ এটুকুৰা ঠাইত ৰৈ তীৰ্থই তেওঁৰ আঙুলিটোৰে মোক দূৰলৈ দেখুৱাই

অধিক পঢ়ক
 
picture
picture

সাংগঠনিক
            গাঠনি

অধিক পঢ়ক ...

picture

উৎপাদনৰ
          ক্রমাগত পদ্ধতি

অধিক পঢ়ক ...

picture
 
picture

কৃষি সজুলিঁ
         ভাড়া দিয়া কেন্দ্ৰ

অধিক পঢ়ক...

picture
picture
picture

ধান চপোৱা
     ব্যৱস্থাপনা

অধিক পঢ়ক. ...

picture
picture

চাপ সহনশীল
     ধানৰ জাত

অধিক পঢ়ক ...

picture
 
picture

অসমৰ
     ধানৰ বজাৰ

অধিক পঢ়ক ...

picture
picture

      ৰাইচ
       ডাক্টৰ

অধিক পঢ়ক ...

picture
picture

যান্ত্ৰিকীকৰণ

অধিক পঢ়ক ...

 
picture
picture

বতৰৰ তথ্য

অধিক পঢ়ক ...

picture

    নতুন প্রযুক্তি

অধিক পঢ়ক ...

picture

ধানৰ বীজ

অধিক পঢ়ক ...

picture
 

আমাৰ প্ৰকাশন

1

তথ্যপঞ্জী

মাটি প্ৰস্থুত কৰাৰ পৰা ধান চপোৱাৰ পৰৱৰ্তী পৰ্যায়লৈ বিভিন্ন প্ৰশ্নৰ তাৎক্ষনিক উত্তৰ পাবলৈ

অধিক পঢ়ক
alt2

হাতপুথি

ধানৰ মূল্য শৃংখলৰ বিভিন্ন প্ৰযুক্তি আৰু প্ৰক্ৰিয়া সমুহ সম্পসাৰণ কৰ্মী সমুহক যোগান ধৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব ।

অধিক পঢ়ক
Publication

পত্ৰিকা

ধানৰ মূল্য শৃংখলৰ বিভিন্ন প্ৰযুক্তি আৰু প্ৰক্ৰিয়া সমুহ কৃষক সকলক যোগান ধৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব

অধিক পঢ়ক
rice-weekly

ৰাইচ উইকলি

"ৰাইচ উইকলি" হৈছে অসম কৃষি বিশ্ববিদ্যালয়, কৃষি বিভাগ আৰু আইআৰআৰআই, অসমৰ অৱদানৰ সৈতে এআৰআইএএছ সমাজে প্ৰকাশ কৰা এখন সাপ্তাহিক বাতৰি পত্ৰ।

অধিক পঢ়ক
 
 

আমাৰ অৱস্থিতি

image