উন্নত কৃষি পদ্ধতি

বানপানী ‎ সহনশীল ধানৰ জাত

অধিক উৎপাদনশীল দীৰ্ঘ কৃষি কালৰ স্বৰ্ণ-চাব ১ , ৰণজিৎ -চাব ১, আৰু বাহাদুৰ- চাব ১, নামৰ ধানৰ জাত কেইটা পানীৰ তলত দুসপ্তাহ পৰ্যন্ত জীয়াই থাকিব পাৰে৷ পানীৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি সহনশীলতাৰ পৰিমাণ কম বেছি হব পাৰে৷ বানপানী হৈ যোৱাৰ পিছত অথবা আগত তেনে অৱস্থাত, অধিক উৎপাদনক্ষম, হস্ৰ কৃষিকালীন, বানপানী সহনশীল ধানৰ জাত ‘বিনাধান ১১, ’ [চিহেৰাং-চাব ১ ] ৰ খেতি কৰিব পাৰি৷ ...

অধিক পঢ়ক

আগতীয়া আহু আৰু বৰো ধানৰ বতৰৰ উন্নত কৃষি পদ্ধতি

আগতীয়া ৰোৱা আহু আৰু বৰো ধানৰ জাত৷ ধানখেতিৰ বাবে সুবীজ ব্যৱহাৰ কৰিব লাগে৷ সুবীজ বোৰৰ তলত উল্লিখিত গুণবোৰ থাকে ৷ বীজ শোধনৰ জৰিয়তে ডেম্পিং অফ, শুকাই যোৱা ৷ বেমাৰৰ পৰা হাত সাৰিব পাৰি৷ বীজ বাচনি কৰাৰ পিছত প্ৰতি কিঃ গ্ৰাঃ বীজ ২.০ গ্ৰাম ক্ল’ৰথেলনিল ৭৫ % ডাব্লিঅ পি বা ২.৫ গ্ৰাম কাৰ্বস্কিন বা ট্ৰাইফ্লক্সিস্ত্ৰবিন ২৫ % ডাব্লিঅ পি ১ লিটাৰ পানীৰ লগত মিহলি কৰি ১২ ঘণ্টাৰ কাৰণে ডুবাই ৰাখিব লাগে৷ তাৰ পাছত ৪৮-৭২ ঘন্টা গাপ দি থ’ব লাগে৷ ...

অধিক পঢ়ক