কেন্দ্ৰীয় ব্ৰহ্মপুত্ৰ উপত্যকা পৰিমণ্ডল

ভৌগোলিক অঞ্চল ('০০০ হেক্টৰ) :১৫৫.১
মাটিৰ ধৰণ :আলতীয়া মৌলেনা, আলতীয়া বালিচহীয়া মৌলেনা, বালিচহীয়া
জলসিঞ্চনৰ উৎস : খাল, কুঁৱা
জলবায়ু:উপ উষ্ণ আৰ্দ্ৰ লৈ আৰ্দ্ৰ
বাৰ্ষিক বৰষুণ (মিমি): ১২৪৫.৭৫
মুঠ কৃষি ভূমি ('০০০ হেক্টৰ) :১২০.৯৭৫
খেতি কৰা অঞ্চল ('০০০ হেক্টৰ) :৫৪.৮৫৭
শস্য প্রাৱল্য :১৬১
মুখ্য শস্য: ধান, সৰিয়হ, ঘেঁহু, মগু মাহ, মাটি মাহ, তিল, মাকৈ, মচুৰ দাইল, কুঁহিয়াৰ, মৰাপাট, মটৰ
ভৌগোলিক অঞ্চল ('০০০ হেক্টৰ) :৩৭৩.৪৫১
মাটিৰ ধৰণ : বালিচহীয়া
জলসিঞ্চনৰ উৎস : কুঁৱা আৰু টেংক
জলবায়ু:উপ উষ্ণ আৰ্দ্ৰ লৈ আৰ্দ্ৰ
বাৰ্ষিক বৰষুণ (মিমি): ২০৩৬.৩
মুঠ কৃষি ভূমি ('০০০ হেক্টৰ) :২৭১.২৮৫
খেতি কৰা অঞ্চল ('০০০ হেক্টৰ) :৪৬.০৩১
শস্য প্রাৱল্য :১৯২
মুখ্য শস্য: ধান, সৰিয়হ, ঘেঁহু, মাটি মাহ, মগু মাহ, তিল, মৰাপাট, মচুৰ দাইল, মটৰ