পার্বত্য অঞ্চল

ভৌগোলিক অঞ্চল ('০০০ হেক্টৰ) :১০৪৩.৩৯৬
মাটিৰ ধৰণ :আলতীয়া মৌলেনা, বালিচহীয়া, বালিচহীয়া মৌলেনা
জলসিঞ্চনৰ উৎস : ক্ষুদ্ৰ জলসিঞ্চন পদ্ধতি, কুঁৱা, টেংক
জলবায়ু:উষ্ণ আৰ্দ্ৰ লৈ অতি উষ্ণ আৰ্দ্ৰ
বাৰ্ষিক বৰষুণ (মিমি): ১২০৫.২২
মুঠ কৃষি ভূমি ('০০০ হেক্টৰ) :২২৭.৫৯৮
খেতি কৰা অঞ্চল ('০০০ হেক্টৰ) :১৬২.৪১
শস্য প্রাৱল্য :১২৯
মুখ্য শস্য ধান, সৰিয়হ, মাকৈ, কুঁহিয়াৰ, তিল, ঘেঁহু, মৰাপাট, মাটি মাহ, মগু মাহ