অসম ডিলাৰেৰ ঠিকানা

উৎপাদনকাৰী

নাম: অসম মেশিনাৰী, হোজাই
যোগাযোগ ঠিকানাঃ দোকানৰ নং ১৭, মেইন ৰোড হোজাই স্টেডিয়াম মাৰ্কেট, হোজাই-৭৮২৪৩৫, অসম, ভাৰত
ফোনঃ : ০৮০৪৮৬১৯১৭৫, +৯১ ৯৮৬৪৪১৫৮১৯, +৯১ ৯৯৫৪৮৯৭৩২৫
উৎপন্ন সামগ্ৰী: থ্ৰেছাৰ, ৰাইচ মেচিনাৰী
নাম: বেতবাৰি হাব এক্সেল, শিৱসাগৰ
যোগাযোগ ঠিকানাঃ ষ্টেছন চাৰিতালী, শিৱসাগৰ, অসম
ফোনঃ : 9508587357
উৎপন্ন সামগ্ৰী: শস্য থ্ৰেছাৰ
নাম: এচ ভি এফ এজেনচি, গুৱাহাটী
যোগাযোগ ঠিকানাঃ মিঃ হীৰেণ চেতিয়া, এ টি ৰোড, বিশাল মেগা মাৰ্টৰ ওচৰত,পল্টন বজাৰ, গুৱাহাটী, অসম-৭৮১০০১, ভাৰত শাখা অফিচঃ এ টি ৰোড, মৰানহাট, কুশলনগৰ, জিলা ডিব্ৰুগড়, অসম ৭৮৫৬৭০
ফোনঃ : অফিচঃ +৯১ ৩৭ ৫৪২২৬০১ +৯১ ৯৪৩৫১৩২৮০৭ শাখা অফিচঃ +৯১ ৯৭০৬০৩৯৭০৫
উৎপন্ন সামগ্ৰী: শস্য থ্ৰেছাৰ
নাম: এচ এম বি ট্ৰেলৰ ইন্ডাষ্ট্ৰী এন্ড ট্ৰেক্টৰ এজেনচি, তেজপুৰ
যোগাযোগ ঠিকানাঃ নাজমুল হক চৌধুৰী, এন এচ-৩৭ ৰোড, বঁটামাৰি,ভোজখোৱা, চাপৰি, তেজপুৰ ৭৮৪০২৭,অসম,ভাৰত
ফোনঃ : ০৮০১১৬৮৩০০২
উৎপন্ন সামগ্ৰী: ট্ৰেক্টৰ,পি টি ও চালিত শস্য থ্ৰেছাৰ, ট্ৰেক্টৰ ট্ৰেলৰ, কেজ হুইল
নাম: মদিনা ইঞ্জিনিয়াৰ ওৱাৰ্কচপ, মৰিগাঁও
যোগাযোগ ঠিকানাঃ মৈৰাবাৰী - ৭৮২১২৬, জিলা মৰিগাঁও, অসম
ফোনঃ : ৯৮৫৯৪০৯৬৩৭
উৎপন্ন সামগ্ৰী: শস্য থ্ৰেছাৰ
নাম: পাঞ্জাব ইঞ্জিনিয়াৰ কম্পানী লিঃ , যোৰহাট
যোগাযোগ ঠিকানাঃ ৰজাবাৰী, মৰিয়ানী ৰোড, যোৰহাট, অসম
ফোনঃ : ফোনঃ ০৩৭৬-২৯৩২০৫/২৩১০০১ ইমেইলঃ pecojorhatl 963@gmail.com, pecoJorhat@indiatimes.com
উৎপন্ন সামগ্ৰী: এম বি প্লাও, ডিস্ক প্লাও, হেৰো, জংগল জিম,হাইড্ৰলিক ট্ৰেইলৰ , টিটি মেচিনাৰী, শস্য থ্ৰেছাৰ, খেতিয়ক
নাম: শৰ্মা এন্টাৰপ্ৰাইজ, নগাঁও
যোগাযোগ ঠিকানাঃ পি এ টি ৰোড, পেট্ৰল পাম্পৰ ওচৰত, ৰহা - ৭৮২০১৩, জিলা নগাঁও, অসম
ফোনঃ : 9957454131
উৎপন্ন সামগ্ৰী: শস্য থ্ৰেছাৰ