বৰাক উপত্যকা পৰিমণ্ডল

ভৌগোলিক অঞ্চল ('০০০ হেক্টৰ) :৩৭৭.৬১
মাটিৰ ধৰণ :ৰঙা মাটি, বালিচহীয়া, বোকা মৌলেনা মাটি, বালি নিমজ পলসুৱা মাটি
জলসিঞ্চনৰ উৎস : বোৰিং ৱেল, খোলা কুঁৱা, টেংক
জলবায়ু:উপ উষ্ণ আৰ্দ্ৰ লৈ আৰ্দ্ৰ
বাৰ্ষিক বৰষুণ (মিমি): ৩২৫০
মুঠ কৃষি ভূমি ('০০০ হেক্টৰ) :১৫২.৮২৬
খেতি কৰা অঞ্চল ('০০০ হেক্টৰ) :৮৩.৮৯৭
শস্য প্রাৱল্য :১২২.৩
মুখ্য শস্য :ধান, সৰিয়হ, মাকৈ, ঘেঁহু, কুঁহিয়াৰ, মৰাপাট, মাটি মাহ, মগু মাহ, মটৰ, মচুৰ, তিল
ভৌগোলিক অঞ্চল ('০০০ হেক্টৰ) :১৮০.৯
মাটিৰ ধৰণ :
জলসিঞ্চনৰ উৎস : খোলা কুঁৱা, টেংক, নলা, পানীপাইপ
জলবায়ু:প্ৰতি আৰ্দ্ৰতা লৈ উষ্ণ আৰ্দ্ৰ
বাৰ্ষিক বৰষুণ (মিমি): ৩৬৪৩.৫
মুঠ কৃষি ভূমি ('০০০ হেক্টৰ) :৯৬.২৯
খেতি কৰা অঞ্চল ('০০০ হেক্টৰ) :৯৬.২৯
শস্য প্রাৱল্য :১৪০
মুখ্য শস্য :ধান, মটৰ, মাটি মাহ, সৰিয়হ, বিন, মটৰ, কুঁহিয়াৰ, আলু
ভৌগোলিক অঞ্চল ('০০০ হেক্টৰ) :১৩২.৭
মাটিৰ ধৰণ :মৌলেনা আলতীয়া আৰু আলতীয়া মৌলেনা মাটি, বালিচহীয়া মাটি, ৰঙা মাটি
জলসিঞ্চনৰ উৎস :কুঁৱা, টেংক, পুখুৰী
জলবায়ু:আৰ্দ্ৰ আৰু উষ্ণ আৰ্দ্ৰ জলবায়ু
বাৰ্ষিক বৰষুণ (মিমি): ২৫৪২.৭
মুঠ কৃষি ভূমি ('০০০ হেক্টৰ) :৫০.৫৫৪
খেতি কৰা অঞ্চল ('০০০ হেক্টৰ) :৫০.৭৪৮
শস্য প্রাৱল্য :১৩৭
মুখ্য শস্য :ধান, মাহজাতীয় শস্য, তৈলবীজ, কুঁহিয়াৰ, মাকৈ