উৎপাদনৰ ক্রমাগত পদ্ধতি>> বৃদ্ধি

ধানৰ বৃদ্ধিৰ সময়ত প্ৰয়োজনীয় ব্যৱস্থাপনাৰ কাৰক সমুহৰ ওপৰত বিবেচনা কৰিব লাগে।ইয়াৰ ভিতৰত ৰোপন প্ৰনালী, জল, সাৰ, অপতৃণ,অনিষ্টকাৰী পোক আৰু পতংগ ব্যৱ্স্থাপনা আৰু ধান চপোৱা কাৰ্য অন্তভুক্ত কৰা হয় ।

ৰোপণ

ধান সময়মতে ৰোপণ কৰিলে বা সিচিঁলে ধান গছৰ বৃদ্ধি সমানে আৰু সোনকালে হয়, অপতৃণ বা পোক পতংগই সহজে আক্ৰমণ কৰিব নোৱাৰে আৰু উৎপাদন বৃদ্ধি হয় ৷ মূল পথাৰত ৰোৱাৰ আগতে কঠীয়াতলীত এক নিৰ্দিষ্ট সময়ৰ কাৰণে কঠীয়াখিনি ডাঙৰ কৰি লোৱা হয়৷...

অধিক পঢ়ক

পানীৰ ব্যবস্থাপনা

ধানখেতিত পানীৰ আৱশ্যকতা বেছি৷ পানী নহ’লে ধানখেতিত নিৰ্ধাৰিত উৎপাদন সম্ভৱ নহয়৷...

অধিক পঢ়ক

সাৰ প্ৰয়োগ

বহুক্ষেত্ৰত মাটিয়ে শস্যৰ বাবে প্ৰয়োজনীয় খাদ্যমৌলসমূহ সীমিত পৰিমাণতহে যোগান ধৰিব পাৰে৷ গতিকে উৎপাদন বৃদ্ধিৰ বাবে সাৰ প্ৰয়োগ কৰাটো অতিকৈ প্ৰয়োজন৷ মাটিৰ ভৌতিক অৱস্থাৰ উন্নতিৰ বাবেও সাৰ প্ৰয়োগ প্ৰয়োজনীয়৷...

অধিক পঢ়ক

অপতৃণ নিয়ন্ত্ৰণ ব্যৱস্থাপনা

ধানখেতিৰ প্ৰধান শত্রূ সমূহৰ ভিতৰত অপতৃণ বা বন-বাত অন্যতম৷ অপতৃণৰ কাৰণে শস্যৰ উৎপাদন কম হোৱাৰ উপৰিও উৎপাদিত শস্যৰ গুণগত মানদণ্ড ভালেখিনি হ্ৰাস পায়৷ গতিকে যথোপযুক্ত আৰু সময়োচিত অপতৃণ নিয়ন্ত্ৰণ ব্যৱস্থা ধানখেতিৰ বাবে অপৰিহাৰ্য৷...

অধিক পঢ়ক

কীট-পতংগ আৰু ৰোগ

কৃষকে প্ৰতিবছৰে ধান খেতিত কীট-পতংগৰ আক্ৰমণ আৰু ৰোগৰ বাবে ১০-৩৭ শতাংশ লোকচান বা ক্ষতিৰ সন্মুখীন হয়৷ উৎকৃষ্ট শস্য পৰিচৰ্যা, আক্ৰমণৰ সঠিক কাৰক নিৰূপণ কৰি প্ৰতিকাৰৰ ব্যৱস্থা গ্ৰহণৰ জৰিয়তে ক্ষতিসমূহ হ্ৰাস কৰিব পাৰি৷...

অধিক পঢ়ক