এপার্টৰ অধীনত কৃষি সজুলি ভাড়া দিয়া কেন্দ্র

জিলা অনুযায়ী নাম আৰু ঠিকনা

এতিয়া লৈকে ৮টা জিলাত মুঠতে নটা চি এইচ চি কেন্দ্র হৈছে

উদ্বোধনী দিন: ১৯/১১/২০১৯
ঠিকনা: কৃষক কল্যান সমবায় সমিতি সোছাইচি, বনগাঁও
যোগাযোগ: চি এইচ চি সভাপতিৰ নাম - হিতেন্দ্র কু: ডেকা যোগাযোগ- ৬০০০০৩৬১৪৪
উদ্বোধনী দিন: ২৩/১২/২০১৯
ঠিকনা:পোহৰ এগ্রো প্রোডিউচাৰ কম্পানী লিঃ, মানহা, মৰিগাঁও
যোগাযোগ: চি এইচ চি সভাপতিৰ নাম - সচিদা নন্দ বৰদলৈ যোগাযোগ- ৮৬৩৮৫৮১৯০৭, ৯৯৫৪৮৯১৩৬৮
উদ্বোধনী দিন: ১০/০২/২০২০
ঠিকনা: দংচিলিং ফার্মাৰচ গ্ৰুপ, ভেতাগাঁও, ধানচিৰি
যোগাযোগ: চি এইচ চি সভাপতিৰ নাম - মৃদুলাল লাংথাচা যোগাযোগ- ৯৩৬৫৬৪৫৮০৯
উদ্বোধনী দিন: ১২/০৬/২০২০
ঠিকনা: ৰূপহী দুগ্ধ সমবায় সমিতি লিঃ, দিখৌমুখ, ভৰালীগাওঁ
যোগাযোগ: চি এইচ চি সভাপতিৰ নাম - জয়ন্ত দত্ত যোগাযোগ- ৭০০২৮৮১৮৯৬
উদ্বোধনী দিন: ০১/০৭/২০২০
ঠিকনা: ৰাংঢালী কৃষক গোঠ, চেৰিগাওঁ, খোনামুখ, যোৰহাট-৭৮৫৬৮২
যোগাযোগ:চি এইচ চি সভাপতিৰ নাম - কৃষ্ণ মহন্ত যোগাযোগ- ৯৭০৬৮২১৮৯৬
উদ্বোধনী দিন: ২৩/০৭/২০২০
ঠিকনা:ৰূপালী এচ এইচ জি, পুখুৰীপৰীৰা, লখিমপুৰ
যোগাযোগ: চি এইচ চি সভাপতিৰ নাম - চেনিমাই গগৈ যোগাযোগ-৯৯৫৪৩৪০০৯২
উদ্বোধনী দিন: ৩১/০৭/২০২০
ঠিকনা: চিৰসেউজ কৃষক গোঠ, ৰজাপাথাৰ, বোকোলিৰা
যোগাযোগ: চি এইচ চি সভাপতিৰ নাম - বলৰাম চাৰংচা যোগাযোগ- ৯১০১৫৩৩২৫৬
উদ্বোধনী দিন: ০২/০৯/২০২০
ঠিকনা: সৰভোগ এগ্রিকালচাৰ প্রোডাকচন সংস্থা, মেদা, কেচকা, বৰপেটা
যোগাযোগ: চি এইচ চি সভাপতিৰ নাম - প্রভাত দাস যোগাযোগ- ৬০০৩৪১৮৭৪২
উদ্বোধনী দিন: ১০/০৯/২০২০
ঠিকনা: অন্নদাতা এগ্রিকালচাৰ চেৱা গ্ৰুপ, বিহুদিৱা
যোগাযোগ: চি এইচ চি সভাপতিৰ নাম - হাবিবুৰ ৰহমান যোগাযোগ- ৯৪৩৫২৪৬৫২৮