বিশেষ গুণ সম্পন্ন ধানৰ জাত

কলা জহা
হৈছে মিঠা সুগন্ধী, মিহি চাউল, আৰু সোৱাদযুক্ত পৰম্পৰাগত ভাবে কৰি অহা জহা ধান । ইয়াক শালি বতৰত খেতি কৰা হয়। কৃষি কাল : ১৫০-১৬০ দিন ...
কলা জহা

মুখ্য বিশেষত্বসমূহ: ই হৈছে মিঠা সুগন্ধী, মিহি চাউল, আৰু সোৱাদযুক্ত পৰম্পৰাগত ভাবে কৰি অহা জহা ধান । ইয়াক শালি বতৰত খেতি কৰা হয়।
কৃষি কাল : ১৫০-১৬০ দিন
খেতিৰ বাবে উপযোগী মাটি: অগভীৰ দ’মাটি
গুটিৰ ধৰণ: দীঘল মিহি
উচ্চতা:১০০-১০৫ ছেঃমি
উৎপাদন : ২.০-৩.০ ট্ন/হেক্টৰ

কেতেকী জহা (আই ই টি – ১৪৩৯০)
ই হৈছে মিঠা সুগন্ধী, মিহি চাউল, আৰু সোৱাদযুক্ত । পৰম্পৰাগত ভাবে কৰি অহা জহা ধান । ইয়াক শালি বতৰত খেতি কৰা হয়। পিতৃমূল: সাবিত্ৰী/বাদচাহ ভোগ ...
কেতেকী জহা (আই ই টি – ১৪৩৯০)

পিতৃমূল: সাবিত্ৰী/বাদচাহ ভোগ
অধিসূচনাৰ বছৰ:১৯৯৯
কৃষি কাল ঃ ১৫০-১৬০
খেতিৰ বাবে উপযোগী মাটি: অগভীৰ দ’মাটি
গুটিৰ ধৰণ: মধ্যমীয়া মিহি
উচ্চতা: ১০০-১০৫ ছে মি
উৎপাদন: ৩.৫-৪.০ ট্ন/হেক্টৰ

বকুল জহা
মুখ্য বিশেষত্বসমূহ: ই হৈছে মিঠা সুগন্ধী, মিহি চাউল, আৰু সোৱাদযুক্ত । পৰম্পৰাগত ভাবে কৰি অহা জহা ধান । ইয়াক শালি বতৰত খেতি কৰা হয়। পিতৃমূল: সাবিত্ৰী/ বাডচাহ ভোগ...
বকুল জহা

মুখ্য বিশেষত্বসমূহ: ই হৈছে মিঠা সুগন্ধী, মিহি চাউল, আৰু সোৱাদযুক্ত । পৰম্পৰাগত ভাবে কৰি অহা জহা ধান । ইয়াক শালি বতৰত খেতি কৰা হয়।
পিতৃমূল: সাবিত্ৰী/ বাডচাহ ভোগ
কৃষি কাল:১৫০-১৬০
উপযুক্ত ভূমিৰ প্ৰকাৰ: বৰষুণৰ পানীৰ অগভীৰ নিম্নভূমি
গুটিৰ ধৰণ: মধ্যমীয়া মিহি
খেতিৰ বাবে উপযোগী মাটি: অগভীৰ দ’মাটি
উচ্চ্তা: ১০০-১০৫ ছেমি
উৎপাদন: ৩.৫-৪.০ ট্ন/হেক্টৰ

ডি আৰ আৰ ধান ৪৫
এই জাতটো অধিক পৰিমাণৰ জিংক থকা । পৰম্পৰাগত ভাবে কৰা প্ৰজননৰ দ্বাৰা বিকশিত হৈছে। তামিলনাডু, অন্ধ্ৰ্প্ৰদেশ আৰু কৰ্ণাটকত মুকলি কৰা হৈছে ।...
অধিক পঢ়কডি আৰ আৰ ধান ৪৫

মুখ্য বিশেষত্বসমূহ: এই জাতটো অধিক পৰিমাণৰ জিংক থকা । পৰম্পৰাগত ভাবে কৰা প্ৰজননৰ দ্বাৰা বিকশিত হৈছে। তামিলনাডু, অন্ধ্ৰ্প্ৰদেশ আৰু কৰ্ণাটকত মুকলি কৰা হৈছে । এমাইলেজৰ পৰিমাণ ২০.৭ % । পলিছ কৰা চাউলত জিংকৰ পৰিমাণ ২২.৬ পিপিএম।
পিতৃমূল: IR 73707-45-3-2-3/ IR 77080-B-34-3
অধিসূচনাৰ বছৰ: ২০১৬
কৃষি কাল : ১২৫ দিন
গুটিৰ ধৰণ: দীঘল মিহি
উচ্চতা:১০০-১০৫ ছে মি
উৎপাদন :৫.০ট্ন/হেক্টৰ

চি.আৰ ধান 909
মুখ্য বিশেষত্বসমূহ: সুগন্ধী, ভাল ৰন্ধন গুণ, চিৰা আৰু পিঠা বনাবৰ বাবে উপযুক্ত। এই জাতটো অসমত শালি বতৰৰ বাবে উপযুক্ত ।
...
চি.আৰ ধান 909(চি আৰ এল ৭৪-৮৯-২-৪-১;আই ই টি ২৩১৯৩)

মুখ্য বিশেষত্বসমূহ: সুগন্ধী, ভাল ৰন্ধন গুণ, চিৰা আৰু পিঠা বনাবৰ বাবে উপযুক্ত। এই জাতটো অসমত শালি বতৰৰ বাবে উপযুক্ত ।
পিতৃমূল: পংকজ / পদুমনি
অধিসূচনাৰ বছৰ:২০১৮
কৃষিকাল: ১৪০-১৪৫ দিন
গুটিৰ ধৰণ:মধ্যমীয়া মিহি
উচ্চতা:১০৫-১১০ ছে মি
উৎপাদন: ৪.৫-৫.৫ ট্ন/হেক্টৰ

চিআৰ ধান ৩১০
চি আৰ ধান ৩১০ হৈছে এক প্ৰ'টিন সমৃদ্ধ জাত। পালিচ কৰা শস্যত ১০.৩% প্ৰ'টিন থাকে। উৰিষ্যা, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশত খেতি কৰাৰ বাবে ...
চিআৰ ধান ৩১০ (চিআৰ ২৮২৯-পিএলএন-৩৭; আই ই টি ২৪৭৮০)

মুখ্য বিশেষত্বসমূহ: চি আৰ ধান ৩১০ হৈছে এক প্ৰ'টিন সমৃদ্ধ জাত। পালিচ কৰা শস্যত ১০.৩% প্ৰ'টিন থাকে। উৰিষ্যা, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশত খেতি কৰাৰ বাবে অধিসুচনা জাৰি কৰা হৈছে
পিতৃমূল : এইচ পি -২ / নবীন
অধিসূচনাৰ বছৰ: ২০১৬
কৃষি কাল :১১৫-১২০
গুটিৰ ধৰণ:মধ্যমীয়া মিহি
উচ্চতা:১১০ ছেমি
উৎপাদন : ৫.০-৬.০ টন/হেক্টৰ

আৰ এন আৰ ১৫০৪৮
ইয়াক তেলেংগানা সোনা বুলি কোৱা হয়। শালি আৰু বৰো দুয়োটা বতৰত খেতিৰ বাবে উপযুক্ত। এই জাতৰ নিম্ন (৫১) গ্লাইচেমিক সূচক (জি.আই.) আছে।...
আৰ এন আৰ ১৫০৪৮

মুখ্য বৈশিষ্ট্যসমূহ: ইয়াক তেলেংগানা সোনা বুলি কোৱা হয়। শালি আৰু বৰো দুয়োটা বতৰত খেতিৰ বাবে উপযুক্ত। এই জাতৰ নিম্ন (৫১)গ্লাইচেমিক সূচক (জি.আই.) আছে। পৰম্পৰাগত সোনা মাচুৰিৰ তুলনাত ইয়াত ৫% অধিক প্ৰ'টিন থাকে, সেয়েহে ডায়েবেটিক আৰু মেদবহুলতা ৰোগীৰ বাবে উপযোগী।
অধিসূচনাৰ বছৰ:২০১৫
কৃষি কাল : ১২৫
গুটিৰ ধৰণ:চুটিমিহি
উচ্চতা: ১০৫-১১০ ছেঃমিঃ
উৎপাদন: ৩.০-৩.৫ ট্ন/হেক্টৰ

জিংকো ধান
আগতীয়া খেতিৰ বাবে উপযুক্ত । পিতৃমূল: লালমতী/ আইআৰ ৬৮১৪৪৪-বি-১৩-২-১-১ ...
জিংকো ধান – এমএছ ( আৰ-আৰ এইচ যেদ ১-২৩)

আগতীয়া খেতিৰ বাবে উপযুক্ত ।
পিতৃমূল: লালমতী/ আইআৰ ৬৮১৪৪৪-বি-১৩-২-১-১
অধিসূচনাৰ বছৰ: ২০১৯
কৃষি কাল : ১২১-১৪০
খেতিৰ উপযোগী মাটি: জলসিঞ্চিত দ’ মাটি
গুটিৰ ধৰণ: দীঘল ক্ষীণ
উচ্চতা:১০০-১০৫ছেঃমিঃ
উৎপাদন: ৫.০ ট্ন/হেক্টৰ